பொருள் : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
எடுத்துக்காட்டு :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
ஒத்த சொற்கள் : আলোকিত
பொருள் : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে
எடுத்துக்காட்டு :
শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে
பொருள் : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
எடுத்துக்காட்டு :
কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
ஒத்த சொற்கள் : আৱিভূত, প্রকটিত, প্রস্ফূটিত
பொருள் : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
எடுத்துக்காட்டு :
প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
ஒத்த சொற்கள் : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত