பொருள் : কোনো কথা আদি ব্যক্ত কৰা কার্য
எடுத்துக்காட்டு :
তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
ஒத்த சொற்கள் : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
பொருள் : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
எடுத்துக்காட்டு :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
ஒத்த சொற்கள் : ব্যক্ত কৰা