உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
எடுத்துக்காட்டு : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
ஒத்த சொற்கள் : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ্তি, প্রভা, বিভা
பொருள் : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র
எடுத்துக்காட்டு : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে
ஒத்த சொற்கள் : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, দীপিকা, বন্তি, বাতি, লেম, লেম্প
நிறுவு