உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : শক্তি, সন্মান, ভয়, আতংক বা কোনো বিশেষ কথাৰ পৰা পোৱা প্রসিদ্ধি
எடுத்துக்காட்டு : এই এলেকাত ঠাকুৰ ৰণবীৰৰ প্রতিপত্তি আছে
ஒத்த சொற்கள் : প্রতিপত্তি, প্রভূত্ব
பொருள் : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
எடுத்துக்காட்டு : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
ஒத்த சொற்கள் : অনুৰাগ, আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রৱণতা, মাইৰ, স্পৃহা
நிறுவு