பொருள் : জন্তু বা প্রাণীৰ উৎপত্তি, বিকাশ, স্বৰূপ আৰু সিহঁতৰ বিভিন্ন বিভাগ আদিৰ বিচাৰ-বিশ্লেষণ কৰা বিজ্ঞান
எடுத்துக்காட்டு :
প্রাণীবিজ্ঞান সুশান্তৰ প্রিয় বিষয়
ஒத்த சொற்கள் : প্রাণী বিজ্ঞান
பொருள் : যি বিজ্ঞানত জীৱ-জন্তু আৰু বনস্পতি আদিৰ উৎপত্তি, স্বৰূপ, বিকাশ আৰু শ্রেণীবিভাজন আদিৰ বিশেষভাৱে অধ্যয়ন কৰা হয়
எடுத்துக்காட்டு :
মনীষদেৱ প্রাণীবিজ্ঞানৰ প্রৱক্তা
ஒத்த சொற்கள் : জীৱ বিজ্ঞান, জীৱবিজ্ঞান, প্রাণী বিজ্ঞান