உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
எடுத்துக்காட்டு : প্রেম নিস্বার্থ ্ হʼব লাগে
ஒத்த சொற்கள் : অনুৰাগ, আসক্তি, পীৰিতি, প্রেম, ভালপোৱা, মহব্বত
பொருள் : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
எடுத்துக்காட்டு : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
ஒத்த சொற்கள் : অনুৰাগ, প্রণয়, প্রেম, ভালপোৱা
நிறுவு