பொருள் : প্রৌঢ় হোৱা অৱস্থা
எடுத்துக்காட்டு :
প্রৌঢ়াৱস্থাৰ পিছত বৃদ্ধকাল আহে
ஒத்த சொற்கள் : প্রৌঢ়কাল
பொருள் : মানুহৰ জীৱনৰ যুৱা আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱা
எடுத்துக்காட்டு :
তেখেতৰ প্রৌঢ়াৱস্থা আৰামেৰে পাৰ হৈছে
ஒத்த சொற்கள் : প্রৌঢ়কাল