பொருள் : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ
எடுத்துக்காட்டு :
নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে
ஒத்த சொற்கள் : অনাত্মীয়
பொருள் : যি আপোন নহয়
எடுத்துக்காட்டு :
পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে
ஒத்த சொற்கள் : আনাত্মীয়
பொருள் : নিজৰ আত্মীয় বা সমাজৰ বাহিৰৰ ব্যক্তি
எடுத்துக்காட்டு :
পৰ লোককো আদৰ কৰা উচিত
ஒத்த சொற்கள் : অনাত্মীয়