பொருள் : ধুই, মোহাৰি, মাজি উজ্জ্বল বা পৰিষ্কাৰ কৰা
எடுத்துக்காட்டு :
চাকৰণীয়ে বাচন চাফা কৰি আছে
ஒத்த சொற்கள் : উজ্জ্বল কৰা, চাফা কৰা, নিকা কৰা, স্বচ্ছ কৰা
பொருள் : শুদ্ধ কৰা
எடுத்துக்காட்டு :
শল্য উপকৰণবোৰক ধুবৰ বাবে পানীৰ শোধন কৰা হয়
ஒத்த சொற்கள் : শোধন কৰা
பொருள் : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা
எடுத்துக்காட்டு :
খোৱা পানীত ফিটকিৰী দি পানী নিষ্কাশন কৰা হয়
ஒத்த சொற்கள் : নিষ্কাশন কৰা, ফিল্টাৰ কৰা, শোধন কৰা