பொருள் : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
எடுத்துக்காட்டு :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
ஒத்த சொற்கள் : ফাটি যোৱা
பொருள் : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
எடுத்துக்காட்டு :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
ஒத்த சொற்கள் : আঁতৰি যোৱা, আঁ্তৰা, ফাটি যোৱা
பொருள் : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
எடுத்துக்காட்டு :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
ஒத்த சொற்கள் : ফাটি যোৱা
பொருள் : কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা
எடுத்துக்காட்டு :
মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে