பொருள் : যʼত ফুল ফুলি আছে
எடுத்துக்காட்டு :
এই ফুলযুক্ত উদ্ভিদ জোপাই বাগিছাখনত শোভা বর্ধন কৰি আছে
பொருள் : যʼত বুটা বা ফুল-পাত আদি কঢ়া বা তোলা হৈছে
எடுத்துக்காட்டு :
চালমাই ভোজমেলত বহুত ধুনীয়া ৰঙা ৰঙৰ ফুলাম শাৰী পিন্ধি আছিল
ஒத்த சொற்கள் : ফুলাম
பொருள் : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
எடுத்துக்காட்டு :
বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
ஒத்த சொற்கள் : সপুষ্পক