பொருள் : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য
எடுத்துக்காட்டு :
চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
ஒத்த சொற்கள் : ৰক্ষা কৰা
பொருள் : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য
எடுத்துக்காட்டு :
তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
பொருள் : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
பொருள் : নিস্তাৰ বা উদ্ধাৰ কৰা
எடுத்துக்காட்டு :
তেওঁ ্মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিলে
ஒத்த சொற்கள் : উদ্ধাৰ কৰা
பொருள் : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা
எடுத்துக்காட்டு :
মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে