பொருள் : অনাকাংক্ষিত ভাৱে হোৱা বহুত ডাঙৰ অঘটন বা অনিষ্ট
எடுத்துக்காட்டு :
শ্রৱণৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অন্ধ মাক-পিতাকৰ ওপৰত বজ্রপাত পৰিল
பொருள் : আকাশত মেঘে গৰজাৰ পিছত বিজুলীৰ তীব্র চমকনি পৃথিৱীত পৰা কার্য
எடுத்துக்காட்டு :
কালি হোৱা বজ্রপাতত দুজন ব্যক্তি আহত হʼল
ஒத்த சொற்கள் : বজ্রাঘাত