பொருள் : বাঢ়ৈৰ এবিধ ্ সঁজুলি
எடுத்துக்காட்டு :
বাঢ়ৈজনে বটালিৰে চৌকাঠৰ নক্সা বনাই আছে
பொருள் : শিল আদি কাটিবৰ কাৰণে ব্যৱহাৰ কৰা লোহাৰ এবিধ উপকৰণ
எடுத்துக்காட்டு :
খনিকৰজনে লোহাৰ বটালি আৰু হাতুৰীৰে শিলটো খোদাই কৰি আছে