பொருள் : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
எடுத்துக்காட்டு :
বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
ஒத்த சொற்கள் : নিযুক্ত কৰা
பொருள் : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
எடுத்துக்காட்டு :
কুমাৰে কলহ নি্র্মাণ কৰে
ஒத்த சொற்கள் : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা
பொருள் : কোনো ৰূপলৈ অনা
எடுத்துக்காட்டு :
তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে