உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : অপৰাধী, শত্রু আদি ধৰা কার্য
எடுத்துக்காட்டு : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
ஒத்த சொற்கள் : কয়দ
பொருள் : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
எடுத்துக்காட்டு : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে
பொருள் : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
எடுத்துக்காட்டு : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
ஒத்த சொற்கள் : কাৰাবাস, কয়েদ
பொருள் : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে
எடுத்துக்காட்டு : এজন কয়দী জেলৰ পৰা পলাল
ஒத்த சொற்கள் : কাৰাবাসী, কয়দী
நிறுவு