பொருள் : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
எடுத்துக்காட்டு :
ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
ஒத்த சொற்கள் : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, পর্ণকুটীৰ, ্পর্ণ্্শালা
பொருள் : সহজে ওলাই যাব নোৱাৰাকৈ মন আদিত ভালদৰে স্থিতি লোৱা কার্য
எடுத்துக்காட்டு :
সম্ৰাটৰ কথাত এনে বিশ্বাস জন্মিল যে কিছুমান ৰজাই বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লʼলে
ஒத்த சொற்கள் : জন্মা
பொருள் : ভৰিক নির্ভৰ নকৰাকৈ আৰাম কৰা এক স্থিতি:আলহীসকল চʼৰাঘৰত বহিছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : আসন গ্রহণ কৰা, আসন লোৱা, উপবেশন কৰা, বহি থকা
பொருள் : নি্র্বাচন আদিত প্রার্থী প্রতিদ্বন্দিতাৰ পৰা আঁতৰি থকা
எடுத்துக்காட்டு :
নি্র্দলীয় প্রার্থী ঝুমুকলালদেৱ বহিল