பொருள் : কোনো বিষয়ত কোনো মতবিৰোধ হোৱাৰ কাৰণে বিৰোধ বা অসন্তোষ ভাব দেখুৱাৰ কাৰণে কৰা ত্যাগ
எடுத்துக்காட்டு :
গান্ধীজীয়ে বিদেশী বস্তুৰ বহিষ্কাৰ কৰিছিল
ஒத்த சொற்கள் : বহিষ্কৰণ
பொருள் : বাহিৰ কৰা বা উলিয়াই পঠোৱা ক্রিয়া
எடுத்துக்காட்டு :
অন্য জাতিৰ ছোৱালী বিয়া কৰোৱাৰ কাৰণে সমাজৰ পৰা ৰামুক বহিষ্কাৰ কৰা হʼল