பொருள் : তলৰ ফাললৈ লাহে-লাহে বহি যোৱা
எடுத்துக்காட்டு :
বৰষুণত মাটিৰ দেৱালখন খহি পৰিল
ஒத்த சொற்கள் : খহি পৰা, সোমাই যোৱা
பொருள் : ভালদৰে স্থিৰ হোৱা বা কোনো এক অৱস্থাত থকা
எடுத்துக்காட்டு :
টাইলচখিনি এতিয়া মজিয়াত বহি গৈছে