பொருள் : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
எடுத்துக்காட்டு :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
ஒத்த சொற்கள் : উঠোৱা
பொருள் : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
எடுத்துக்காட்டு :
ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
பொருள் : কোনো পদত কার্যনি্র্বাহ কৰা
எடுத்துக்காட்டு :
চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
ஒத்த சொற்கள் : আসীন কৰা
பொருள் : ভালদৰে স্থিৰ কৰা কার্য
எடுத்துக்காட்டு :
ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে
ஒத்த சொற்கள் : লগোৱা