பொருள் : বিভিন্ন বৰণযুক্ত
எடுத்துக்காட்டு :
লোকনৃত্য শিল্পীজন বহুৰঙী পোছাকেৰে সুসজ্জিত আছিল
ஒத்த சொற்கள் : নানা-বৰণীয়া, ৰং-বিৰং
பொருள் : অনেক প্রকাৰৰ বা ভিন ভিন ধৰণৰ
எடுத்துக்காட்டு :
বিদ্যালয় সমাৰোহত সৰস্বতী বন্দনাৰে বাৰেৰহণীয়া কার্যসূচীৰ শুভাৰম্ভ কৰিলে
ஒத்த சொற்கள் : নানাৰঙী, বাৰেৰহণীয়া