பொருள் : বাঙালীসকলৰ ভাষা
எடுத்துக்காட்டு :
মই বাংলা শিকিবৰ কাৰণে চেষ্টা কৰি আছোঁ
ஒத்த சொற்கள் : বাংলা ভাষা
பொருள் : যি লিপিৰ দ্বাৰা বাংলা ভাষা লিখা হয়
எடுத்துக்காட்டு :
গীতাঞ্জলী বাংলাত লিখা হৈছিল
ஒத்த சொற்கள் : বাংলা লিপি, বাংলা-লিপি
பொருள் : বেঙ্গলী ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
বাংলা সাহিত্যত ৰবীন্দ্রনাথ ঠাকুৰৰ উল্লেখযোগ্য অৱদান আছে