பொருள் : বহুত কথা কʼব পৰাজন
எடுத்துக்காட்டு :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
ஒத்த சொற்கள் : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
பொருள் : কথা-বতৰা পতাত চতুৰ
எடுத்துக்காட்டு :
বাকপটু ৰমেশে নিজৰ কথাৰে সকলোকে প্রভাৱিত কৰিলে