பொருள் : দূৰ বা আঁতৰি থকা
எடுத்துக்காட்டு :
মই বেয়া সংগৰ পৰা বাচি থাকোঁ
பொருள் : দুখ, বিপত্তি আদিত নপৰা বা ইয়াৰ পৰা ৰক্ষিত বা দূৰ হৈ থকা
எடுத்துக்காட்டு :
ৰোহিত কেঞ্চাৰ ৰোগত মৃত্যুপ্রায় হৈ বাচি আছে
ஒத்த சொற்கள் : বাচা, ৰক্ষা পোৱা