பொருள் : খেল-ধেমালি আদিৰে বিভিন্ন ধৰণৰ কচৰৎ কৰা, ৰচীত খোজ কাঢ়ি দেখুৱাই মানুহক আমোদ দিয়া লোক
எடுத்துக்காட்டு :
আজি আমি বাজীকৰৰ খেল চাবলৈ যাম
பொருள் : সাপ পোহা আৰু নচুৱা ব্যক্তি
எடுத்துக்காட்டு :
বাজীকৰে বীণা বজাই সাপ নচুৱাই আছে
ஒத்த சொற்கள் : সাপ নচুৱাওঁ্তা