உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোৱা কথা
எடுத்துக்காட்டு : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
ஒத்த சொற்கள் : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বুলি, বয়ান, মুখৰ কথা
பொருள் : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
எடுத்துக்காட்டு : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
ஒத்த சொற்கள் : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন
நிறுவு