பொருள் : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
எடுத்துக்காட்டு :
মোৰ কিবা খাবৰ মন গৈছে
ஒத்த சொற்கள் : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
பொருள் : কোনো কথা বা কামত কৰা ইচ্ছা
எடுத்துக்காட்டு :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
ஒத்த சொற்கள் : আশা কৰা
பொருள் : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
எடுத்துக்காட்டு :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
ஒத்த சொற்கள் : অনুসন্ধান কৰা, অন্বেষণ কৰা