உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
எடுத்துக்காட்டு : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
ஒத்த சொற்கள் : অন্যথা, উল্টা, ওলোটা, বিৰুদ্ধ
பொருள் : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা
எடுத்துக்காட்டு : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু
ஒத்த சொற்கள் : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিৰোধী, সম্পূর্ণ বিপৰীত
பொருள் : যি শ্্ব্দৰ অর্থ অন্য কোনো শ্্ব্দৰ অর্থতকৈ পৃথক হয়
எடுத்துக்காட்டு : জলৰ বিপৰীত শ্্ব্দটো লিখক
பொருள் : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
எடுத்துக்காட்டு : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
ஒத்த சொற்கள் : প্রতিকূল, প্রতীপ, বিৰুদ্ধ
நிறுவு