பொருள் : কাৰোবাৰ জিম্মা বা নামত থকা কোনো ধন অথবা কাৰোবাক দিয়া মালবস্তুৰ বিৱৰণ আৰু মূল্যৰ হিচাপ থকা কাগজ বিশেষ
எடுத்துக்காட்டு :
এই মাহৰ টেলিফোনৰ বিল এতিয়ালৈকে অহা নাই
பொருள் : বিধান সভাত কোনো আইন গৃহীত কৰাৰ আগেয়ে উত্থাপন কৰা বিধান বা আইনৰ প্রস্তাৱিত ৰূপ
எடுத்துக்காட்டு :
এই বিধেয়কখনক লৈ বিধান সভাত বহুত হুলস্থূল লাগিল
ஒத்த சொற்கள் : বিধেয়ক