பொருள் : আঘাত আদি লাগিলে অসুবিধা পোৱা কার্য
எடுத்துக்காட்டு :
শিলত খুন্দা খোৱাৰ লগে লগে মোৰ মূৰ বিষাবলে ধৰিলে
ஒத்த சொற்கள் : দুখ পোৱা, পীড়া হোৱা
பொருள் : অত্যধিক পীড়া হোৱা
எடுத்துக்காட்டு :
আজি ৰাতিপুৱাৰ পৰা মোৰ মূৰটো বিষাইছে