பொருள் : পাহৰি যোৱা অৱস্থা বা ভাৱ
எடுத்துக்காட்டு :
পাহৰণৰ কাৰণে বস্তু বিচাৰিলেও পোৱা নাযায়
ஒத்த சொற்கள் : অপস্মাৰ, পাহৰণ, পাহৰণি, পাহৰি যোৱা-, প্রস্মৰণ, বিস্মৰণ, ভ্রম, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ, স্মৃতিহানি
பொருள் : স্মৃতিহীন হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
মূৰত বেছি আঘাত পোৱা কাৰণে তেওঁ স্মৃতিহীনতাত ভুগিছে
ஒத்த சொற்கள் : প্রস্মৰণ, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ, স্মৃতিহানি, স্মৃতিহীনতা