பொருள் : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
ஒத்த சொற்கள் : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা
பொருள் : ভাবত বিভোৰ হৈ থকা
எடுத்துக்காட்டு :
সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে
ஒத்த சொற்கள் : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা
பொருள் : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
எடுத்துக்காட்டு :
মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
ஒத்த சொற்கள் : অশান্তি, মানসিক চাপ