உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাৰোবাৰ বিবাহ সম্পন্ন হোৱা সামাজিক সমাৰোহ
எடுத்துக்காட்டு : মই এখন বিয়ালৈ যাব লাগে বিয়া-বাৰুলেতো যাবই লাগে
ஒத்த சொற்கள் : বিবাহ, বিয়া-বাৰু
பொருள் : স্ত্রী আৰু পুৰুষৰ মাজত পতি-পত্নীৰ সম্বন্ধ স্থাপিত হোৱা এক সামাজিক বা ধার্মিক কৃত্য বা প্রক্রিয়া
எடுத்துக்காட்டு : সোহনৰ বিয়া ৰাধাৰ লগত হʼল
ஒத்த சொற்கள் : ছাদি, নিকাহ, পাত্রস্থ কৰা-, পৰিণয়, বিবাহ, বিৱাহ, শুভপৰিণয়, শুভবিবাহ
நிறுவு