பொருள் : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
எடுத்துக்காட்டு :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
ஒத்த சொற்கள் : অসন্তুষ্টতা, আমনি, তিক্ততা
பொருள் : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
எடுத்துக்காட்டு :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
ஒத்த சொற்கள் : আমনি
பொருள் : আমনি লগা পৰিস্থিতি
எடுத்துக்காட்டு :
দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
பொருள் : বিৰক্তিৰ অৱস্থা বা ভাৱ
எடுத்துக்காட்டு :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
ஒத்த சொற்கள் : আমনি
பொருள் : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு :
অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
ஒத்த சொற்கள் : অনাসক্তি, আসক্তিহীনতা, বিৰাগ