பொருள் : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
எடுத்துக்காட்டு :
মায়ে আজিকালি বৰ আমনি কৰে
ஒத்த சொற்கள் : আমনি কৰা
பொருள் : এনে উপায় বা প্রয়াস কৰা যাৰ দ্বাৰা কোনোজনৰ মন কʼতো নবহে
எடுத்துக்காட்டு :
প্রতিদিনৰ হাই-কাজিয়াই মোৰ মন ঘৰৰ পৰা উদাসীন কৰিলে
ஒத்த சொற்கள் : উদাসীন কৰা
பொருள் : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
எடுத்துக்காட்டு :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
ஒத்த சொற்கள் : আমনি কৰা