பொருள் : পোন বা সৰল নোহোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
মেকানিকটোৱে তাঁৰডালৰ বেঁ্কাখিনি আঁতৰ কৰি আছে
ஒத்த சொற்கள் : বক্রতা
பொருள் : যিহৰ মাজ অংশ ইফালে-সিফালে ঢাল খোৱা বা সোমাই যোৱা
எடுத்துக்காட்டு :
এই মন্দিৰলৈ যোৱা ৰাস্তাটো অকোৱা-পকোৱা
ஒத்த சொற்கள் : অকোৱা-পকোৱা, একা-বেঁ্কা, কেঁ্কোৰা, টেৰা-বেঁ্কা, পকীয়া, বক্র, বেঁকোৰা, ভঁজুৱা, ভেমেচা, মেচ থকা