உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
எடுத்துக்காட்டு : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
ஒத்த சொற்கள் : মাৰি, লাখুটি, লাঠি
பொருள் : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা
எடுத்துக்காட்டு : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে
பொருள் : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
எடுத்துக்காட்டு : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে
ஒத்த சொற்கள் : বেতস, বেতসলতা, বেত্র
நிறுவு