பொருள் : যিটো নষ্ট হৈ গৈছে
எடுத்துக்காட்டு :
গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া
ஒத்த சொற்கள் : গেলা
பொருள் : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
எடுத்துக்காட்டு :
বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
ஒத்த சொற்கள் : লেতেৰা
பொருள் : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
எடுத்துக்காட்டு :
তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
ஒத்த சொற்கள் : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা
பொருள் : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
எடுத்துக்காட்டு :
ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
ஒத்த சொற்கள் : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা