பொருள் : ঢিলা হৈ যোৱা বা শিথিল হোৱা
எடுத்துக்காட்டு :
বুঢ়া কালত শাৰীৰিক অৱস্থা বেয়া হৈ যায়
ஒத்த சொற்கள் : অৱশ হোৱা, মন্দ হোৱা, শিথিল হোৱা
பொருள் : কোনো বস্তু বা পদার্থৰ ্স্বাভাৱিক গুণ অথবা স্বভাৱত বিকাৰ জন্মা
எடுத்துக்காட்டு :
জ্বলি যোৱাৰ কাৰণে তেওঁৰ চেহেৰাটো বেয়া হৈ গʼল