பொருள் : যিজন ব্যক্তিয়ে কথা কʼব নোৱাৰে
எடுத்துக்காட்டு :
বোবা সকলে সাংকেতিক ভাষাত নিজৰ কথা কয়
ஒத்த சொற்கள் : মূকবধিৰ
பொருள் : যাৰ কথা কোৱাৰ শক্তি নাই
எடுத்துக்காட்டு :
বোবা মানুহজনে ইংগিতেৰ কিবা কৈ আছে
ஒத்த சொற்கள் : বাকশক্তিহীন, মূক