பொருள் : যি ্বর্ণ স্বৰবর্ণৰ ্সহায় অবিহনে উচ্চাৰণ কৰিব পৰা নাযায়
எடுத்துக்காட்டு :
হিন্দী ্বর্ণ্্মালাত ক-ৰ পৰা হ-লৈকে সকলো বর্ণক ব্যঞ্জন বোলা হয়
ஒத்த சொற்கள் : ব্যঞ্জন বর্ণ
பொருள் : চাউল, ৰুটি আদিৰ লগত খোৱা পদার্থ
எடுத்துக்காட்டு :
উৎসৱত বিবিধ-বিবিধ প্রকাৰৰ ব্যঞ্জন তৈয়াৰ কৰা হয়
பொருள் : তেল বা ঘিঁউত ৰন্ধা কোনো ব্যঞ্জন
எடுத்துக்காட்டு :
উৎসৱত মালপোৱা, পুৰী আদি না-না ধৰণৰ ব্যঞ্জন বনোৱা হয়