பொருள் : কোনো কথা বা ঘটনাৰ পৰা মনত পোৱা কষ্ট আদি
எடுத்துக்காட்டு :
আপোনাৰ কাণ্ড-কাৰখানাত মই বাৰুকৈয়ে ব্যথিত হৈছোঁ
பொருள் : ভয় বা দুখত মন চঞ্চল হোৱা
எடுத்துக்காட்டு :
কিবা অনিষ্ট হোৱাৰ আশংকাত মনটো ব্যথিত হৈ আছে