பொருள் : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
எடுத்துக்காட்டு :
সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
ஒத்த சொற்கள் : খৰচ
பொருள் : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
எடுத்துக்காட்டு :
এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
ஒத்த சொற்கள் : খৰচ