பொருள் : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ
எடுத்துக்காட்டு :
তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে
ஒத்த சொற்கள் : আইচ
பொருள் : পানীৰ একপ্রকাৰ গোটা ৰূপ
எடுத்துக்காட்டு :
শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল
பொருள் : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
எடுத்துக்காட்டு :
আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
ஒத்த சொற்கள் : হিম