பொருள் : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে
எடுத்துக்காட்டு :
কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়
ஒத்த சொற்கள் : ক্ষেত্র
பொருள் : কোনো কামত সন্মিলিত হোৱা কার্য
எடுத்துக்காட்டு :
তেওঁ খেল প্রতিযোগিতাত ভাগ নলয়
ஒத்த சொற்கள் : অংশগ্রহণ
பொருள் : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
எடுத்துக்காட்டு :
তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
ஒத்த சொற்கள் : অংশ
பொருள் : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ
எடுத்துக்காட்டு :
মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ
ஒத்த சொற்கள் : অংশ