பொருள் : মানুহৰ মাত অনুসৰণ কৰিব পৰা ঘৰত পোহা এবিধ সেউজীয়া ৰঙৰ চৰাই
எடுத்துக்காட்டு :
সজাত থকা ভাটৌটোৱে ৰাম ৰাম বুলি কৈছে
ஒத்த சொற்கள் : ভাটৌ চৰাই
பொருள் : ভাটৌ জাতিৰ মাইকী
எடுத்துக்காட்டு :
মোহনে তাৰ ঘৰত এজনী ভাটৌ পুহিছে
ஒத்த சொற்கள் : ভাটৌ(জনী), মাইকী ভাটৌ