பொருள் : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
எடுத்துக்காட்டு :
এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
ஒத்த சொற்கள் : চিন্তা কৰা, ভবা
பொருள் : কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা
எடுத்துக்காட்டு :
সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে
ஒத்த சொற்கள் : চিন্তা কৰা