பொருள் : বহুতো মানুহৰ সন্মুখত কোনো বিষয়ে কোৱা বিস্তাৰিতভাৱে কোৱা কথা
எடுத்துக்காட்டு :
গান্ধীজীৰ ভাষণ শুনিবৰ কাৰণে দূৰ-দূৰণৰ পৰা মানুহ আহিছিল
ஒத்த சொற்கள் : বক্তৃতা
பொருள் : কোনো বিষয়ত কোৱা এনেকুৱা কথা যি কোনো বিষয় স্পষ্ট কৰি দিয়ে
எடுத்துக்காட்டு :
যৌতুক সম্পর্কীয় ্তেওঁৰ ্ভাষণ কিছু প্রশংসাসূচক আছিল
ஒத்த சொற்கள் : বক্তব্য