பொருள் : ভূটানৰ অধিবাসী
எடுத்துக்காட்டு :
ভালেমান ভূটীয়া মোৰ ভাল বন্ধু
ஒத்த சொற்கள் : ভূটান বাসী, ভূটানবাসী, ভূটীয়া
பொருள் : ভূটান দেশৰ ভাষা
எடுத்துக்காட்டு :
ৰমেশে অলপ অচৰপ ভূটানী কʼব পাৰে
பொருள் : ভূটানী ভাষাৰ সৈতে সম্বন্ধ থকা বা ভূটানী ভাষাৰ
எடுத்துக்காட்டு :
তেওঁ ভূটানী কিতাপৰ সংগ্রহালয় বিচাৰি আছে
பொருள் : ভূটান দেশত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
এই আলোচনা ভূটীয়া লোকৰ হিতৰ পক্ষত নাই
ஒத்த சொற்கள் : ভূটীয়া
பொருள் : ভূটান বা ভূটানৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
মোহনে ভূটানী সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে