பொருள் : পৃথিৱীৰ কোনো এক ডাঙৰ ভাগ বা ক্ষেত্র
எடுத்துக்காட்டு :
ভাৰতবর্ষ এনে এক ভৌগোলিক ক্ষেত্র যʼত বহুতো ভাষাভাষীলোকে একেলগে বসবাস কৰে
ஒத்த சொற்கள் : ভূভাগ, ভৌগোলিক ক্ষেত্র
பொருள் : ভূমি খণ্ড
எடுத்துக்காட்டு :
প্রাকৃতিক খেলি-মেলিৰ কাৰণে কেতিয়াবা কেতিয়াবা ভূখণ্ডৰ পৰি্ৱর্তনো হয়
ஒத்த சொற்கள் : ভূ-খণ্ড